আৰ বি আয়ে স্পষ্ট কৰি দিছে যে চি আই এছ এফে আটক কৰা কৰ্মচাৰীগৰাকী আৰ বি আই কৰ্মচাৰী নহয় - আৰবিআই - Reserve Bank of India

RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

50846261

আৰ বি আয়ে স্পষ্ট কৰি দিছে যে চি আই এছ এফে আটক কৰা কৰ্মচাৰীগৰাকী আৰ বি আই কৰ্মচাৰী নহয়

Reserve Bank Of India

একাংশ প্ৰচাৰ মাধ্যমত এইবুলি প্ৰকাশ পাইছে যে দেৱাছস্থিত আৰ বি আই ছপা কাৰখানাত ছপা কাৰেন্সি চুৰি কৰোতে আৰ বি আইৰ বিষয়া এগৰাকীক চি আই এছ এফে আটক কৰে। এইটো স্পষ্ট কৰি দিয়ে যে বেংক নোট ছপাশাল কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেডৰ এটা গোট আৰু এইটো ভাৰতীয় ৰিজাৰ্ভ বেংক নিয়ন্ত্ৰণত নপৰে। অধিকন্তু, বি এন পি দেৱাছত আৰ বি আইৰ কোনো বিষয়া নিয়োজিত নাই। এতেকে, প্ৰকাশিত বাতৰিটো বাস্তৱ ভিত্তিক নহয়।

বাতৰিটো প্ৰকাশৰ পূৰ্বে তথ্যৰ শুদ্ধাশুদ্ধ প্ৰত্যায়ন নকৰাত আৰ বি আয়ে খেদ ব্যক্ত কৰে।

(জোছ জে. কাট্টুৰ)
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-২০১৮/১৯৯১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

Web Content Display (Global)

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

Was this page helpful Timestamp Only

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: null

এই পৃষ্ঠাটো সহায়ক আছিল নে?