নাগৰিকৰ প্ৰতিৰক্ষণ - আৰবিআই - Reserve Bank of India
rbi.page.title.1
rbi.page.title.2
নাগৰিকৰ প্ৰতিৰক্ষণ
| ক্ৰমিক নং | সেৱাৰ বিৱৰণ | সেৱা প্ৰদানৰ বাবে লোৱা সময় |
|---|---|---|
| ১ | বেংকিং বিভাগত উপস্থাপিত (আৰ বি আই) থকা (বেংকটোৰ একাউণ্টত উলিওৱা) চেকৰ ওপৰত ভিত্তি কৰি এটা বেংকৰ কাৰেণ্ট একাউণ্টৰ পৰা আন এটা বেংকৰ আৰ বি আইত থকা কাৰেণ্ট একাউণ্টলৈ পুঁজিৰ স্থানান্তৰণ | লিখট প্ৰাপ্তিৰ লগে লগে |
| ২ | আৰ বি আইত কাৰেণ্ট একাউণ্ট চলোৱা বেংকৰ দ্বাৰা নগদৰ জমা | ১৫ মিনিট (উপস্থাপিত আকাৰত নিৰ্ভৰ কৰি) |
| ৩ | আৰ বি আইত কাৰেণ্ট একাউণ্ট চলোৱা বেংকৰ দ্বাৰা এপচ উলিওৱা | ২০ মিনিট (উপস্থাপিত আকাৰত নিৰ্ভৰ কৰি) |
| ৪ | ডিমাণ্ড ড্ৰাফ্ট ইছ্যু | ১ ঘণ্টা |
| ৫ | চেক বুক ইছ্যু | ২০ মিনিট |
| ৬ | বেংকৰ পৰা কাৰেণ্ট একাউণ্টৰ দৈনিক লেন-দেন প্ৰবিৱৰণ | CBS-E Kuber পৰ্টেলত একাউণ্ট ধাৰকৰ বাবে তাত্ক্ষণিক উপলব্ধ |
| ৭ | পুনৰবিত্ত সুবিধা আৰু ঋণ বিৱৰণ | একে দিনাই বা অনুৰোধ মতে |
| দ্ৰষ্টব্য – এই সময়সীমাই স্পষ্ট কৰ্মদিন সূচায় | ||
| ক্ৰমিক নং | সেৱাৰ সবিশেষ | সেৱা প্ৰদানৰ বাবে লোৱা সময় |
|---|---|---|
| ১ | বহিঃজাত বাণিজ্যিক ধাৰ (ই চি বি) বিদেশী মুদ্ৰা বিনিময় যোগ বণ্ড (এফ চি চি বি) | |
| এপ্ৰোভেল ৰুটৰ অধীনৰ ট্ৰেড ক্ৰেডিট | ৭ কৰ্মদিন | |
| অটোমেটিক ৰুটৰ অধীনত ইতিমধ্যে প্ৰাপ্ত ই চি বিৰ বাবে প্ৰচলিত ফ্ৰেমৱৰ্কৰ পৰা বিচ্যুতিৰ কাৰণে অনুমোদন | ১৫ কৰ্মদিন | |
| ২ | বিদেশী বিনিয়োগ | |
| শ্বেয়াৰৰ বন্ধকী | ৪০ কৰ্মদিন | |
| ব্ৰান্স/লিয়াজন অফিচৰ বাবে অনুজ্ঞাপত্ৰ জাৰি | ৪০ কৰ্মদিন | |
| এডফান্স ৰেমিটেঞ্চৰ ৰিফাণ্ড | ৭ কৰ্মদিন | |
| বিদেশী কলাবৰেশ্যন ৰেকৰ্ডত লবলগীয়া জেনেৰেল পাৰ্মিশ্বন ৰুট (FC-GPR) | ৩০ কৰ্মদিন | |
| ৩ | ভাৰতীয় বিনিয়োগ বিদেশ | |
| বিদেশীয় যৌথ উদ্যম আৰু সম্পূৰ্ণ মালিকানাৰ উপক্ৰম (অটোমেটিক ৰুটৰ দ্বাৰা সামৰি নোলোৱা) | ||
| বিদেশস্থ যোথ উদ্যম/উপক্ৰম-এপ্ৰোভেল ৰুটৰ অন্তৰ্গত শ্বেয়াৰৰ নিৰ্বিনিয়োগ | ৪০ কৰ্মদিন | |
| এপ্ৰোভেল ৰুটৰ অন্তৰ্গত অন্যান্য বিদেশী বিনিয়োগ | ৪০ কৰ্মদিন | |
| ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ বন্টন | অনলাইন ৰিপোৰ্টিং চিষ্টেমযোগে তত্কাল স্বয়ংপ্ৰাপ্ত | |
| ৪ | ৰপ্তানি | |
| @ছেট অব / @ৰাইট অবত ৰপ্তানিৰ বাবে জি আৰ ফৰ্ম আনুষ্ঠানিকতাৰ মুকুবৰ বাবে অনুমতি | ৭ কৰ্মদিন | |
| এ চি ইউ মেকানিজিমৰ বাহিৰত ৰপ্তানি ৰিছিভেবল/পেয়েবল | ৭ কৰ্মদিন | |
| এডভান্স @ৰ ৰিফাণ্ড/ৰিটেনশ্যন | ৭ কৰ্মদিন | |
| আই/ই ডি পি এম এছ ইচ্যুজ @ৰ মীমাংসা | ৭ কৰ্মদিন | |
| আমদানি | ||
| ডাইৰেক্ট ইনপুটছ @ | ৭ কৰ্মদিন | |
| থাৰ্ড কান্ট্ৰি /মাৰ্কেণ্টিন ট্ৰেড/ ওৱেৰহাউছিং@ | ৭ কৰ্মদিন | |
| এ চি ইউ মেকানিজিম @ৰ বাহিৰত ইম্পোৰ্ট ৰিছিভেবেল/পেয়েবল | ৭ কৰ্মদিন | |
| ৫ | অন্যান্য | |
| মাণি ছেঞ্জাৰ্ছ লাইচেন্সৰ জাৰি/নবীকৰণ | ৪০ কৰ্মদিন | |
| এফ ই এম এ উলংঘনৰ কম্পাউণ্ডিং | ১৮০ কৰ্মদিন | |
| @নিৰ্ধাৰিত সময়সীমাবোৰ আঞ্চলিক কাৰ্যালয় (RO)বোৰত কামবোৰ নিষ্পত্তি বিষয়ক। AD বেংক/RO আৰু কেন্দ্ৰীয় কাৰ্যালয় (CO) লৈ প্ৰেৰিত কামবোৰৰ ক্ষেত্ৰত সেৱা প্ৰদানৰ সময়সীমা হব – COত সম্পূৰ্ণ তথ্যসহ আবেদন প্ৰাপ্তি তাৰিখৰ ২০ কৰ্মদিন। নীতিগত বিষয় জড়িত কামবোৰ এই সময়সীমাৰ গণ্ডিত নপৰে। | ||
অস্বীকাৰ
-
নিৰ্ধাৰিত সময়সীমাবোৰ আৱশ্যকীয় অনুমোদনৰ বাবে সম্পূৰ্ণ আৱশ্যকীয় নথিলানি প্ৰাপ্তিসাপেক্ষ
-
চৰকাৰ আৰু /অথবা অন্যান্য এজেন্সিৰ পৰা FEMA,1999 বা তদন্তৰ্গত নিয়ম/অধিনিয়ম অন্তৰ্গত বা অন্যান্য সুনিৰ্দিষ্ট কাৰণৰ বাবে অনুমোদন/অনাপত্তি/ইনপুট/মন্তব্য আৱশ্যক হোৱা আৰু অনুমোদনৰ বাবে ক্ষমতাপ্ৰাপ্ত কমিটীলৈ প্ৰেৰিত বিষয়বোৰৰ ক্ষেত্ৰত নিৰ্ধাৰিত সময়সীমাবোৰ প্ৰযোজ্য নহয়।
| ক্ৰমিক নং | সেৱাৰ বিৱৰণ | সেৱা প্ৰদানৰ বাবে লোৱা সময় |
|---|---|---|
| ১ | নগদৰ সৈতে দিয়া প্ৰাপ্তিস্বীকাৰকৃত চালানৰ বিৱৰণ | ২০ মিনিটৰ ভিতৰত (আকাৰ আৰু উপস্থাপিত নগদৰ ওপৰত নিৰ্ভৰ কৰি) |
| ২ | ভাৰতীয় ৰিজাৰ্ভ বেংকত একাউণ্ট ৰখা চৰকাৰী বিভাগে ইছ্যু কৰা চেকৰ সৈতে উপস্থাপিত প্ৰাপ্তিস্বীকাৰকৃত চালানৰ বিতৰণ | ৩০ মিনিটৰ ভিতৰত |
| ৩ | অন্যান্য বেংকৰ স্থানীয় চেকৰ সৈতে উপস্থাপিত প্ৰাপ্তিস্বীকাৰকৃত বিতৰণ | অবাধ ৩ দিনৰ পাছত |
| ৪ | বহিঃস্থানিক চেকৰ সৈতে উপস্থাপিত প্ৰাপ্তিস্বীকাৰকৃত চালানৰ বিতৰণ | ৭ দিন (চাৰি মেট্ৰৰ বাবে) ১৫ দিন অন্যান্য কেন্দ্ৰৰ বাবে |
| ৫ | চৰকাৰী বিভাগসমূহৰ স্ক্ৰলৰ দাখিল | পৰৱৰ্ত্তী কৰ্মদিনত |
| ৬ | চৰকাৰী বিভাগসমূহক মাহেকীয়া প্ৰবিৱৰণ দাখিল | পৰৱৰ্ত্তী মাহৰ দ্বিতীয় কৰ্মদিনত |
| ৭. | চেকযোগে চৰকাৰৰ দ্বাৰা নগদ উলিওৱা | ২০ মিনিট (উলিওৱা টকাৰ আকাৰত নিৰ্ভৰ কৰি) |
| ৮ | এজেন্সি বেংকসমূহৰ পৰা দেনা/পাওনা স্ক্ৰল প্ৰাপ্তি আৰু দাবী/নিষ্পত্তিৰ পৰিশোধ | দৈনন্দিন ভিত্তিক |
| ক্ৰমিক নং | সেৱাৰ বিতৰণ | সেৱা প্ৰদানৰ সময় |
|---|---|---|
| ১ | ডুপ্লিকেট চিকিউৰিটী @ জি পি নোট জাৰি | চৰকাৰী ৰাজপত্ৰত প্ৰকাশিত তাৰিখৰ পৰা ৩ মাহ |
| ক) ডুপ্লিকেট ৰিচিপ্ট | দাবী স্বীকাৰৰ ২ দিনৰ ভিতৰত | |
| ২ | ইণ্টাৰনেট ৱাৰেণ্ট প্ৰদান | |
| ক) ষ্টক চাৰ্টিফিকেট | নিৰ্ধাৰিত তাৰিখত | |
| খ) এছ জি এল | নিৰ্ধাৰিত তাৰিখত | |
| গ) ছেভিংচ বণ্ড | নিৰ্ধাৰিত তাৰিখত | |
| ৩ | ক) বন্ধক, লিয়েন আদিৰ স্থানান্তৰ/ঘূৰাই খোজা | ৪ দিন |
| খ) এনফেচমেণ্ট সলনি | অভিভাৱক পি ডি অৰ পৰা বিশেষ বাতিলকৰণ প্ৰাপ্তিৰ পৰা ২ দিন | |
| গ) বিনিময় | ৪ দিন | |
| ৪ | এছ জি এল একাউণ্ট ক্ৰেডিট | ৩ দিন |
| ৫ | এছ জি এলত ডেবিটেৰে স্ক্ৰীপ জাৰি | ২ দিন |
| ৬ | পুনৰ প্ৰদানৰ বাবে চিকিউৰিটীৰ প্ৰাপ্তি | ৫ দিন |
| ৭ | এছ জি এল স্থানান্তৰ | ১ দিন |
| ৮ | পাৱাৰ অব এটৰ্ণিৰ পঞ্জীয়ন আৰু চাৰ্টিফিকেশ্যন | ১ দিন |
| ৯ | অন্যান্য সেৱাসমূহ | |
| ক) পৰীক্ষণ | ১ দিন | |
| খ) বিক্ৰী ক্ষমতাৰ ৰেজিষ্ট্ৰীৰ প্ৰমাণপত্ৰ | ১ দিন | |
| গ) ৰিনিৱেল | ৬ দিন | |
| ঘ) চেফ কাষ্টডীৰ পৰা প্ৰত্যাহাৰ | ১ দিন | |
| ১০ | ইণ্টাৰেষ্ট ৱাৰেণ্টৰ পুনৰ বৈধকৰণ | ১ দিন |
| ১১ | নমিনেশ্যনৰ পঞ্জীকৰণ | ১ দিন |
| ১২ | বন্ধক, লিয়েন আদিৰ পঞ্জীকৰণ আৰু প্ৰত্যাহাৰ | |
| ক) ষ্টক চাৰ্টিফিকেট | ৩ দিন | |
| খ) এছ জি এল | ১ দিন | |
| ক্ৰমিক নং | সেৱাৰ বিৱৰণী | সেৱা প্ৰদানৰ বাবে লোৱা সময় |
|---|---|---|
| ১ | কইন (ধাতৱ মুদ্ৰা) বিতৰণ | ১৫ মিনিটৰ ভিতৰত (আকাৰত নিৰ্ভৰ কৰি) |
| ২ | কইন (ধাতৱ মুদ্ৰা)ৰ ৰিচিপ্ট | ১৫ মিনিটৰ ভিতৰত (আকাৰত নিৰ্ভৰ কৰি) |
| ৩ | লেতেৰা নোটৰ বিনিময় | ১৫ মিনিটৰ ভিতৰত (আকাৰত নিৰ্ভৰ কৰি) |
| ৪ | ত্ৰুটিযুক্ত/ক্ষতবিক্ষত নোটৰ বিনিময় | ৩০ মিনিটৰ ভিতৰত (উত্থাপিত আকাৰত নিৰ্ভৰ কৰি) |
| *কাৰ্যালয় বিশেষে সেৱা প্ৰদানৰ সুবিধা ভিন্ন হব পাৰে | ||