কোনো নিম্নতম বেলেঞ্চ নোহোৱাকৈ বিএচবিডি একাউণ্ট - আৰবিআই - Reserve Bank of India
rbi.page.title.1
rbi.page.title.2
অৱলোকন
অৱলোকন
আপোনাৰ বেছিক চিভিংচ্ বেঙ্ক ডিপজিট (বিএচবিডি) একাউন্ট খোলক। ইয়াত ন্যূনতম বেলেঞ্চ ৰখাৰ কোনো আৱশ্যকতা নাই । মাত্ৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড বা ফৰ্ম নং 60-ৰ দ্বাৰা ইয়াক অনায়াসে খুলিব পৰাৰ সুবিধা লাভ কৰক।
- বেছিক চেভিংচ্ বেঙ্ক ডিপজিট একাউন্ট (বিএচবিডি) যিকোনো ব্যক্তিয়ে খুলিব পাৰে। ইয়াৰ সৈতে বয়স আৰু উপাৰ্জনৰ কোনো সম্বন্ধ নাই।
- বিএচবিডি একাউন্ট আৰম্ভণিতে কোনো ধন জমা নিদিয়াকৈয়ে খুলিব পাৰি আৰু এই একাউন্টত ন্যূনতম বেলেঞ্চ ৰখাৰ কোনো আৱশ্যকতা নাই ।
- গ্ৰাহকৰ অনুৰোধত এটা সাধাৰণ চেভিংচ্ বেঙ্ক একাউন্টক বিএচবিডিএ-লৈ পৰিবৰ্তিত কৰিব পৰা যাব ।
- এটিএম সহ ডেবিট কাৰ্ড আদিৰ দৰে প্ৰাথমিক বেঙ্কিং সুবিধা কোনো শুল্ক নোলোৱাকৈয়ে বিএচবিডি একাউন্ট ধাৰকলৈ আগবঢ়োৱা হয় ।
- বিএচবিডি একাউন্টত জমা দিব পৰাৰ সংখ্যাৰ ক্ষেত্ৰতকোনো সীমা নাই ।
- বিএচবিডি একাউন্ট ধাৰকে প্ৰতি মাহত সৰ্বাধিক চাৰি বাৰ কোনো মাচুল নভৰাকৈ ধন উলিয়াব পাৰিব, যাৰ অন্তৰ্গত এটিএম-ৰ পৰা ধন আহৰণ, আৰটিজিএচ/এনইএফটি/ ক্লিয়েৰিং/ ইন্টাৰনেট ডেবিট /স্থায়ী নিৰ্দেশ /ইএমআই আদিৰ দ্বাৰা কৰা ধনৰ হস্তাতৰণো পাৰে।
- বিএচবিডি একাউন্ট ধাৰকৰ সেই একেটা বেঙ্কতে অন্য চেভিংচ্ বেঙ্ক একাউন্ট থাকিব নোৱাৰিব।
অধিক তথ্যৰ বাবে
অধিক তথ্যৰ বাবে
খৰতকীয়া লিংক
আপুনি বিষয়ে অধিক জানিব বিচৰা বিষয়টোত ক্লিক কৰক আৰু আপোনাৰ ইয়াৰ বিষয়ে বিতং তথ্য থাকিব. যদি আপোনাক অধিক স্পষ্টীকৰণৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি আমালৈ rbikehtahai@rbi.org.inত লিখক
20099
আপোনাৰ বিত্ত সুৰক্ষিত কৰক
ডিজিটেল বেংকিংলৈ সলনি কৰক
বেংক স্মাৰ্টাৰ
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: null
এই পৃষ্ঠাটো সহায়ক আছিল নে?