ভুৱা ইমেইল, কল আৰু এছএমএছ - আৰবিআই - Reserve Bank of India
rbi.page.title.1
rbi.page.title.2
অৱলোকন
অৱলোকন
অযাচিত ই-মেইল, ফোন কল আৰু মেছেজত বিপুল পৰিমাণ ধন পোৱা যাব বুলি প্ৰতিশ্ৰুতি দিয়া থাকে। এইবোৰ ছলাহী হয়। নিজৰ কষ্টাৰ্জিত ধন অথলে যাবলৈ নিদিব।
- আপোনাৰ ওচৰত যদি আৰবিআই, আৰবিআই-ৰ বিষয়াৰ নামত এই বুলি কোনো এচএমএচ, ফোন কল, ই-মেইল আহে যে, আপোনাৰ কাৰ্ড ব্লক কৰা হৈছে বা যদি আপোনাৰ বিপুল পৰিমাণ ধন দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি থাকে, তেন্তে সেইবোৰৰ প্ৰতাৰণাৰ জালত নপৰিব।
- চিনাকি বা অচিনাকি প্ৰতিষ্ঠানৰপৰা বিপুল পৰিমাণৰ ধন পাবলৈ প্ৰাথমিক জমা, কমিছন বা ট্ৰান্সফাৰ ফি হিচাপে কাৰো নামত কোনো ধন প্ৰেৰণ নকৰিব
- আৰবিআই-ত কোনো ব্যক্তি একাউণ্ট খুলিব নোৱাৰে আৰু ইয়াৰপৰা কোনো ক্ৰেডি়ট বা ডেবিট কাৰ্ডো দিয়া নহয়।
- কাকো নিজৰ বেংক একাউণ্টৰ ডিটেইল্স, ইণ্টাৰনেট বেংকিং ইউজাৰ আইডি, পাছৱাৰ্ড, ক্ৰেডিট বা ডেবিট কাৰ্ড নম্বৰ, চিভিভি, এটিএম পিন বা ওটিপি নক’ব*। আৰবিআই বা আপোনাৰ বেংকৰপৰা এইবোৰ কেতিয়াও জানিব বিচৰা নহয়।
- এচএমএচ/ই-মেইলত অহা কোনো লিংকত ক্লিক কৰি নিজৰ বেংক একাউণ্টৰ ডিটেইল্স কেতিয়াও নিদিব। আপোনাৰ বেংকৰ নিজা ৱেবচাইট বা আপোনাৰ ক্ৰেডিট বা ডেবিট কাৰ্ডৰ পিছফালে যিবোৰ তথ্য থাকিব কেৱল সেইবোৰক হে মানি চলক।
- আপনি বিদেশে বা ভারতে থেকে সস্তা তহবিলের কোনও অফার পেলে স্থানীয় পুলিশ, সাইবার-ক্রাইম কর্তৃপক্ষ বা sachet@rbi.org.in- এ অভিযোগ করতে পারেন।
*কেৱল আপুনি নিজে কোনো ট্ৰানজাকশ্বন কৰাৰ বাহিৰে
অধিক তথ্যৰ বাবে
অধিক তথ্যৰ বাবে
খৰতকীয়া লিংক
আপুনি বিষয়ে অধিক জানিব বিচৰা বিষয়টোত ক্লিক কৰক আৰু আপোনাৰ ইয়াৰ বিষয়ে বিতং তথ্য থাকিব. যদি আপোনাক অধিক স্পষ্টীকৰণৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি আমালৈ rbikehtahai@rbi.org.inত লিখক
20099
আপোনাৰ বিত্ত সুৰক্ষিত কৰক
ডিজিটেল বেংকিংলৈ সলনি কৰক
বেংক স্মাৰ্টাৰ
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: null
এই পৃষ্ঠাটো সহায়ক আছিল নে?