আপোনাৰ বেংকন'টসমূহ জানক - আৰবিআই - Reserve Bank of India
rbi.page.title.1
rbi.page.title.2
অৱলোকন
অৱলোকন
- দেশৰ সমৃদ্ধ ও বৈচিত্র্যময় সংস্কৃতি, স্বাধীনতাৰ বাবে তাৰ সংগ্রাম আৰু জাতি হিচাবে তাৰ গর্ব অর্জন প্রতিফলিত হয় কাৰেনচি নোটত।
- এই পরিচিতিক দেশৰ সাংস্কৃতিক ঐতিহ্যেৰ আৰু কাষ চপাই আনিবলৈ আৰু লগতে তাৰ বিজ্ঞানৰ অগ্রগতি প্রদর্শন কৰিবলৈ নতুন ডিজাইনৰ এটি নতুন নোটৰ চিৰিজ প্রবর্তন কৰা হৈছে।
- নতুন ডিজাইনৰ বেংক নোটবিলাক মহাত্মা গান্ধী চিৰিজৰ বর্তমান বেংক নোটবিলাকত কৈ ৰং, আকৃতি আৰু মূল ভাবনাত স্পষ্টভাৱে পৃথক। নতুন চিৰিজৰ নোটৰ মূল ভাবনা হল ভাৰতের ঐতিহ্যময় স্থানবিলাক।
- এই নোটবিলাকত বহুত নতুন উপকৰণ যোগ কৰা হৈছে যেনে দেবনাগৰিত সংখ্যা আৰু স্বচ্ছ ভাৰতৰ ল’গ’। নতুন নোটবিলাকত অসংখ্য ডিজাইন উপকৰণ আৰু জটিল গঠন আৰু আকাৰ আছে।
- বেংক নোটৰ বর্তমান চিৰিজত সুৰক্ষা বৈশিষ্ট্যবিলাক যেনে পানীছাপ, চিকিউৰিটি থ্রেড, ডিন’মিনেচন সংখ্যাৰ অস্পষ্ট ছবি, ৰং সলনি হোৱা কালিত ডিন’মিনেচন সংখ্যা, নম্বৰ পেনেল, স্বচ্ছ ৰেজিস্টাৰ, ইলেকট্রে’-টাইপ, ব্লিড লাইন প্রভৃতি ৰখা হৈছে, সেইবিলাকৰ সংশ্লিষ্ট অবস্থান সলনি হব পাৰে নতুন নোটবিলাকত।
বেংকন'ট
অনুগ্রহ কৰি নোটবিলাকত ক্লিক কৰক অধিক ডাঙৰ সংষ্কৰণ আৰু বিতং ভাৱে চাবলৈ
খৰতকীয়া লিংক
আপুনি বিষয়ে অধিক জানিব বিচৰা বিষয়টোত ক্লিক কৰক আৰু আপোনাৰ ইয়াৰ বিষয়ে বিতং তথ্য থাকিব. যদি আপোনাক অধিক স্পষ্টীকৰণৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি আমালৈ rbikehtahai@rbi.org.inত লিখক
20099
আপোনাৰ বিত্ত সুৰক্ষিত কৰক
ডিজিটেল বেংকিংলৈ সলনি কৰক
বেংক স্মাৰ্টাৰ
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: null
এই পৃষ্ঠাটো সহায়ক আছিল নে?