বিপদ বনাম ৰিটার্ন সংক্রান্ত এচএমএচ - আৰবিআই - Reserve Bank of India

RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Risk Vs Returns - SMS/OBD - Banner- Without Links

Risk Vs Returns- SMS

বিপদ বনাম ৰিটার্ন সংক্রান্ত এচএমএচ

 

দ্রুত আৰু উচ্চহাৰত ৰিটার্ন স্কিম? ইয়াত বিপদ থাকিব পাৰে! ডিপোজিট ঘুৰাই দিবলৈ যদি কোনো সত্তা ব্যর্থ হয় তেন্তে অভিযোগ কৰক www.sachet.rbi.org.in-ত। অধিক জানিবলৈ কল কৰক 14440 নম্বৰত।

Risk Vs Returns- IVRS

বিপদ বনাম ৰিটার্নত আইভিআৰএচ

বিপদ বনাম ৰিটার্নত আইভিআৰএচ

আৰবিআই-ক কল কৰাৰ বাবে আপোনাক ধন্যবাদ। উচ্চ হাৰত ৰিটার্নৰ প্রতিশ্রুতি দিয়া অনলাইন ডিপোজিট স্কিমত কেতিয়াও আকৰ্ষিত নহব। এইবিলাক বিপদজনক হব পাৰে আৰু ক্ষতি হব পাৰে আনকি বিনিয়োগ কৰা টকা সম্পূর্ণ চাফ হৈ যাব পাৰে। এই ধৰণৰ স্কিমত বিনিয়োগৰ আগত সম্পূৰ্ণৰপপে চাইচিন্তি লব কিয়নো এয়া ভুয়া হব পাৰে এবং আপোনাৰ কঠোৰ পৰিশ্রমৰ অর্জিত টকা সংগ্রহ কৰাৰ পিছত প্রম’টাৰ অদৃশ্য হৈ যাব পাৰে। কোনো সত্তা যি কোনো স্কিমৰ অধীনত ডিপোজিট বা টকা সংগ্রহ কৰাৰ পিছত ঘুৰাই দিয়াত ব্যর্থ হৈছে তাৰ বিৰুদ্ধে অভিযোগ বা তথ্য দিবলৈ www.sachet.rbi.org.in ভিজিট কৰক। আৰবিআই, চেবি, আইআৰডিএ, পিএফআৰডিও বা ৰাজ্য চৰকাৰবিলাকৰ দ্বাৰা নিয়ন্ত্রিত সত্তাবিলাকৰ তালিকা www.sachet.rbi.org.in-ত পোৱা যাব।

SMS/OBD-Risk VS Return - AC

অডিঅ

বিপদ ও ৰিটার্ন সংক্রান্ত এচএমএচ শুনিবলৈ ক্লিক কৰক (হিন্দি ভাষাত)

অডিঅ' চলাওক

বিপদ ও ৰিটার্ন সংক্রান্ত এচএমএচ শুনিবলৈ ক্লিক কৰক (ইংৰাজি ভাষা)

অডিঅ' চলাওক

RBI Kehta Hai Quick Links

RBI-Kehta-Hai-Follow Us

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: null

এই পৃষ্ঠাটো সহায়ক আছিল নে?